Asharikandi -The Terracotta Village of Assam | Gunjan Kalita | 2023



Asharikandi -Assam Terracotta Village | Gunjan Kalita | 2023

Asharikandi is a village in Debitola development block in Dhubri district of Assam, India. The village is located at 14 kilometers distance east of Dhubri town and 190 kilometers west of the state capital Guwahati and Borjhar Airport. The village is famous for its traditional crafts, Terracotta and Pottery. It is one of the largest clusters of Terracotta and Pottery in India.

আশাৰীকান্দি অসমৰ ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাওঁ।আশাৰীকান্দি পাৰম্পৰিক মৃৎ শিল্পৰ বাবে বিখ্যাত। গৌৰীপুৰৰ ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱৰ মুঠ ১৬০টা পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎ শিল্পৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আহিছে।

ঊনৈছ শতিকাৰ আৰম্ভণিতে মৃৎ শিল্পৰ লগত জড়িত কেইটামান পৰিয়ালে পূৱ বংগৰ (এতিয়া বাংলাদেশ) পৰা আশাৰীকান্দিলৈ প্ৰব্ৰজন কৰিছিল আৰু নতুনত্বৰ সৈতে তেওঁলোকৰ জীৱিকা বজাই ৰাখিছিল। কেঁচা মালৰ উপলব্ধতা, সস্তীয়া পৰিবহণ সুবিধা, গুৰুত্বপূৰ্ণ কৌশলগত অৱস্থান আদি কিছুমান আৰ্থিকভাৱে ব্যৱহাৰযোগ্য কাৰকৰ বাবে তেওঁলোকে এই স্থান বাছনি কৰিছিল। তেওঁলোকে সুকীয়া বৈশিষ্ট্যযুক্ত অসমীয়া মৃৎ শিল্পৰ জন্ম দিলে। বৰ্তমান এই গাঁৱৰ ৮০%ৰো অধিক পৰিয়াল এই জাতিগত কলাৰ লগত জড়িত হৈ আছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত টেৰাকোটাৰ সামগ্ৰী বিক্ৰী কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে।

____________________________________________________________
✌️My Social Media Platforms✌️
____________________________________________________________

👉 Facebook: https://www.facebook.com/itsgunjankalita?mibextid=ZbWKwL

👉 Twitter: https://twitter.com/itsgunjankalita?t=Vro7QK0yJwYTTK2Bl8fUZg&s=08

👉 Instagram: https://instagram.com/itsgunjankalita?igshid=ZmZhODViOGI=

👉 YouTube: https://youtube.com/@itsgunjan

#asharikandi #dhubri #terracotta #gunjankalita #assam #traditional #pottery #2023 #vlog #art #artist

If you liked the video kindly SUBSCRIBE my channel 🤗🤗🤗

•••••••••••••••••••••••••••••••••••••••••••
Thank you for Watching 🙏🙏🙏
•••••••••••••••••••••••••••••••••••••••••••

source

Leave a Comment